New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6add3fe9-a119-47f9-9b81-4fcd6be7a8a4/bnbna.jpg)
গুৱাহাটীত প্রাক্তন মন্ত্রীৰ পুত্রৰ আত্মহনন।
প্রাক্তন মন্ত্রী তিলক গগৈৰ পুত্র ধ্রুৱ গগৈৰ আত্মহত্যা।
ৰুক্মিণী গাঁৱৰ এটা গাড়ীৰ শ্ব’ ৰূমৰ স্বত্বাধিকাৰী আছিল ধ্রুৱ গগৈ।
বৃহস্পতিবাৰে নিশা নিজ বাসভৱনত আত্মহনন ধ্রুৱ গগৈৰ।