ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষকে ছাত্ৰক মাৰপিট কৰাক লৈ উত্তপ্ত পৰিস্থিতি…

ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষকে ছাত্ৰক মাৰপিট কৰাক লৈ উত্তপ্ত পৰিস্থিতি…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ

Advertisment
  • নগাঁও জিলাৰ ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।
  • এজন শিক্ষকে এজন ছাত্ৰক মাৰপিট কৰাক লৈ সৃষ্টি হয় উত্তপ্ত এই পৰিস্থিতি।
  • পাছত ছাত্ৰজনে লগৰ কেইবাগৰাকী ছাত্ৰক লগত লৈ ২ কিলোমিটাৰ পথ খোজ কাঢ়ি উপস্থিত হয় ধিং আৰক্ষী থানাত।
  • ছাত্ৰজনৰ অভিযোগ মতে জ্যোতি প্ৰসাদ গৌৰ নামৰ শিক্ষক জনে মদ্যপান কৰি মাৰ পিট কৰিছিল ছাত্ৰ জনক।
  • বৰ্তমান আৰক্ষীয়ে ছাত্ৰ জনক চিকিৎসাৰ বাবে ধিং এফ আৰ ইউলৈ লৈ গৈছে। আঘাতপ্রাপ্ত ছাত্ৰ জন ধিং লহকৰ গাঁৱৰ বিকাশ দাস।
assam Assam police himanta biswa sarma