ধিং এক্সপ্ৰেছ হিমা দাসৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু...

সোমবাৰে নিশা উপস্থিত হয় ধিং এক্সপ্ৰেছ হিমা দাসৰ বাসগৃহত

author-image
Asomiya Pratidin
New Update
ধিং এক্সপ্ৰেছ হিমা দাসৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু...

hima das

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু সোমবাৰে নিশা উপস্থিত হয় ধিং এক্সপ্ৰেছ হিমা দাসৰ বাসগৃহত। নগাঁও জিলাৰ ধিঙৰ তিনি নং কান্ধুলিমাৰী গাঁৱত আজি মাজুলীৰ পৰা নিমন্ত্ৰিত শিল্পীৰ দলে পৰিবেশন কৰিব ভাওনা।

উক্ত ভাওনা উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ধিং ভ্ৰমণত সংগ দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

nagaon KIREN RIJIJU hima das dhing assam