ধিঙত প্ৰচণ্ড মাৰপিট, সংকটজনক অৱস্থাত এজনক প্ৰেৰণ জি এম চি এইচলৈ…

ধিঙত প্ৰচণ্ড মাৰপিট, সংকটজনক অৱস্থাত এজনক প্ৰেৰণ জি এম চি এইচলৈ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: ধিঙৰ ম'হখুটিত দুই ফৈদৰ মাজত প্রচণ্ড মাৰপিট। শিশু মহিলাসহ ১০ গৰাকী লোক আহত হয় এই সংঘাটত।

Advertisment

ঘৰলৈ শিলগুটি দলিওৱাক লৈ দুটা পৰিয়ালৰ মাজত সংঘৰ্ষ । ছহিদুল ইছলাম নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে এই অভিযোগ।

অভিযোগ ইছমাইল আলী নামৰ লোকজনৰ বিৰুদ্ধে পৰিয়ালৰ । লাঠী, চোকা অস্ত্রৰে আক্রমণ ছহিদুল ইছলামসহ পৰিয়ালক।

আক্রমণত ১০ গৰাকী লোক গুৰুতৰভাৱে আহত । ছহিদুল ইছলামক সংকটজনক অৱস্থাত GMCHলৈ প্রেৰ। বাকীকেইজন নগাঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন।

আৰু পঢ়ক: জেহাদী কাৰ্যকালাপেৰে জড়িতৰ সন্দেহত ৮ জনক আটক মৰিগাঁৱত…

assam dhing