New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/majuli-bjp-dr-baruah-jui-nhgreepet.jpg)
প্ৰতীকি ফটো
- ধিঙত এআইইউডিএফ বিধ্বস্ত।
- এআইইউডিএফৰ দখলত থকা সমষ্টিটোত বিজেপিৰ উত্থান।
- ১নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী হেমন্ত দাসৰ জয়।
- ২নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মমতা নায়কৰ জয়।
- ৩নং ৱাৰ্ডত শ্ৰিপা কুৰী দাসৰ জয়।
- ৪নং ৱাৰ্ডত বিজেপিৰ সুশান্ত দেৱনাথৰ জয়।
- ৫নং ৱাৰ্ডত বিজেপিৰ শিল্পীশিখা গগৈৰ জয়।
- ৬ং ৱাৰ্ডত বিজেপিৰ দিবাকৰ নাথ মজুমদাৰৰ জয়।
- ৭নং ৱাৰ্ডত বিজেপিৰ পিংকী শইকীয়াৰ জয়।
- ৮ নং ৱাৰ্ডত বিজেপিৰ মাতুমনি বৰুৱাৰ জয়লাভ।
- ৯নং ৱাৰ্ডত বিজেপিৰ হৃদয়ানন্দ বৰাৰ জয়।
- ১০নং ৱাৰ্ডত বিজেপিৰ ৰীমা ৰবি দাসৰ জয়।