/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9ce6a67a-173a-40e1-b164-d43e65a5e472/90494_scaled.jpg)
প্ৰতিনিধিত্বমূলক ফটো
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১৩ আৰু ১৪ জুলাইত দুদিনীয়াকৈ ভলীবল ৰেফাৰী পৰীক্ষাৰ আয়োজন কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলক তৃতীয় শ্ৰেণীৰ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সন্থাই অনুৰোধ জনাইছে।
এই সম্পৰ্কে সবিশেষ জানিবৰ বাবে ধেমাজি জিলা ক্ৰীড়া সন্থাৰ ভলীবল শাখাৰ সম্পাদক গোবিন গগৈ অথবা ৯৯৫৪৬৬৬৪২৫ আৰু ৯১০১৬৫৯৮৭৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
Also Read: গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী