New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/621a5970-d9ca-420c-a9c1-323ff5b936b6/IUY.jpg)
চিলাপথাৰত SSTৰ অভিযানত জব্দ বুজন পৰিমাণৰ নগদ ধন।
এজন অৰুণাচলী লোকৰ পৰা জব্দ নগদ ৩০লাখ টকা।
শনিবাৰে নিশা জব্দ হয় ধনখিনি।
SSTৰ তালাচীৰ সময়তে জব্দ ধনখিনি।
এখন ডাষ্টাৰ বাহনেৰে নামচাইলৈ নি আছিল ধনখিনি।
ঘটনা সন্দৰ্ভত লোকজনক সোধা-পোছা অব্যাহত।
Also Read: মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে আজি 'ইণ্ডিয়া'ৰ বিশাল ৰেলী