
গোগামুখৰ আছুৰ ব’হাগী বিদায় অনুষ্ঠানত অপ্রীতিকৰ ঘটনা
সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত দুৰ্বৃত্তৰ তাণ্ডৱ
দুৰ্বৃত্তৰ আক্রমণৰ বলি যুৱতীসহ আছুৰ নেতা-কৰ্মী
কণ্ঠশিল্পী ৰোহিত সোণাৰৰ বাহনৰ ওপৰতো দুৰ্বৃত্তৰ আক্রমণ
জাপি, আছুৰ পতাকা গছকি অসমীয়া জাতীয় স্বাভিমানত আঘাত
আছু নেতাৰ বাহন ভাঙি লণ্ডভণ্ড কৰে একাংশ দুৰ্বৃত্তই
ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষী থানাত এজাহাৰ দাখিল আছুৰ
ঘটনাৰ বাবে কাইলৈ গোগামুখত স্থানীয় বন্ধ ঘোষণা ব্যৱসায়ীসকলৰ