গোগামুখত আছুৰ বহাগী বিদায় অনুষ্ঠানত দুৰ্বৃত্তৰ তাণ্ডৱ

গোগামুখত আছুৰ বহাগী বিদায় অনুষ্ঠানত দুৰ্বৃত্তৰ তাণ্ডৱ
  • গোগামুখৰ আছুৰ ব’হাগী বিদায় অনুষ্ঠানত অপ্রীতিকৰ ঘটনা

  • সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত দুৰ্বৃত্তৰ তাণ্ডৱ

  • দুৰ্বৃত্তৰ আক্রমণৰ বলি যুৱতীসহ আছুৰ নেতা-কৰ্মী

  • কণ্ঠশিল্পী ৰোহিত সোণাৰৰ বাহনৰ ওপৰতো দুৰ্বৃত্তৰ আক্রমণ

  • জাপি, আছুৰ পতাকা গছকি অসমীয়া জাতীয় স্বাভিমানত আঘাত

  • আছু নেতাৰ বাহন ভাঙি লণ্ডভণ্ড কৰে একাংশ দুৰ্বৃত্তই

  • ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষী থানাত এজাহাৰ দাখিল আছুৰ

  • ঘটনাৰ বাবে কাইলৈ গোগামুখত স্থানীয় বন্ধ ঘোষণা ব্যৱসায়ীসকলৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in