/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
চিলাপথাৰৰ অকাজান শান্তিপুৰত গ্ৰেনেড উদ্ধাৰ।
-
দেওবাৰে দুপৰীয়া ১২ বজাত উদ্ধাৰ হৈছে গ্ৰেণেডটো।
-
গ্ৰেনেড উদ্ধাৰৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ।
-
জানিব পৰা মতে ঘৰ বনাবলৈ অনা শিল -বালিত গ্ৰেনেডটো পোৱা গৈছে ৷
-
আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ বোমাটো লৈ যায়।
-
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে বিষয়টো কোনো স্পষ্ট হোৱা নাই ৷
Also Read: আন্তৰ্জাতিক ক্ৰিকেটক বিদায়