ধেমাজিত ব্যৱসায়ীসহ ড্ৰাগছ জব্দ

ধেমাজিত ব্যৱসায়ীসহ ড্ৰাগছ জব্দ

author-image
Asomiya Pratidin
New Update
ধেমাজিত ব্যৱসায়ীসহ ড্ৰাগছ জব্দ

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজিত ড্ৰাগছৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত এগৰাকী ব্যৱসায়ী পৰা ৩৩.৮৯ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা হ'ব বুলি জানিবলৈ দিয়ে ৷

Advertisment

ধেমাজি অতিৰিক্ত আৰক্ষী অধীক্ষক জিকি ৰাণী মহন্তৰ নেতৃত্বত ধেমাজি সদৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ধেমাজি পেগু বজাৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা হেৰোইনসহ জুৱেল হাজৰিকা নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱকজনক বৰ্তমান ধেমাজি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Also Read: খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ-অষ্টলক্ষ্মী ২০২৩ৰ ল'গ' আৰু প্ৰতীকী মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

dhemaji police