/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/15548deb-f784-4587-bbef-e3ba0901b81b/gf.jpg)
দিপাৱলীৰ প্ৰাকমূহুৰ্তত ধেমাজিত গুলীচালনা।
পল্লৱী বেটেৰী এণ্ড টায়াৰ এজেঞ্চিত অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে ভয় ভাবুকি দি শূন্যলৈ গুলীচালনা।
বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।
শূন্যলৈ গুলীচালনা কৰা ব্যসায়ীজনৰ নাম মদনমোহন তামুলী ওৰফে ৰাজু তামুলী৷
ঘটনাস্থলীৰ পৰা ৩২এমএম পিষ্টলৰ খালি কাৰ্টিজ উদ্ধাৰ কৰে ধেমাজি সদৰ আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
Also Read: কলিয়াবৰ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত