ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন
  • ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন।

  • অধ্যক্ষ বীৰেণ চন্দ্ৰ কোঁৱৰক নিলম্বনৰ আদেশ দিয়ে উচ্চ শিক্ষা সঞ্চালক পমি বৰুৱায়।

  • নিলম্বনৰ সময়ছোৱাত নিয়ম অনুসৰি জীৱিকাৰ ভাট্টা পাব অধ্যক্ষ গৰাকীয়ে।

  • কৰ্তৃপক্ষৰ অনুমতি অবিহনে তেওঁৰ মুখ্য কাৰ্যালয়ৰ পৰা বাহিৰলৈ নাযাবলৈ নিৰ্দেশ নিলম্বিত অধ্যক্ষ বীৰেণ চন্দ্ৰ কোঁৱৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in