Advertisment

ধেমাজিত অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠান মুকলি...

ধেমাজিত অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠান মুকলি...

author-image
Asomiya Pratidin
New Update
ধেমাজিত অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠান মুকলি...

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি নগৰৰ তিনি আলিত দেওবাৰে এখন অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠান আনুষ্ঠিনকভাৱে মুকলি কৰে সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী নীপ কোঁৱৰে৷ ধেমাজি চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা দন্ত চিকিৎসাৰ প্ৰতিষ্ঠানখনে জিলাখনৰ বিভিন্ন অঞ্চলৰ দন্ত ৰোগীসকলৰ বাবে যথেষ্ট সুবিধা হ'ব বুলি আশা কৰা হৈছে ৷

Advertisment

ডাঃ উদিপ্ত ভূঞাৰ লগতে আৰু কেইবাগৰাকীও চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াবলগীয়া অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠানত মহাবীৰ ফাৰ্মাচীৰ সৈতে সংলগ্ন এই চিকিৎসা প্ৰতিষ্ঠানটিত সপ্তাহৰ আটাইকেইটা দিনতেই চিকিৎসা সেৱা উপলব্ধ হ'ব বুলি চিকিৎসক তথা সত্বাধিকাৰ ডাঃ উদিপ্ত ভূঞাই জনাইছে ৷

Also Read: ৰাজ্যৰ ১৪টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বিজুলী কলিতা মেধীঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা...

dental clinic