/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
ei muhurtar khabar
-
শুকুৰবাৰে গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ নিখোজ হৈছিল দুজন যুৱক।
-
যুৱক দুজনৰ এজনক শনিবাৰে পুৱা উদ্ধাৰ কৰিছে এছ ডি আৰ এফ বাহিনীয়ে।
-
ইতিমধ্যে উদ্ধাৰ কৰা যুৱকজনক চিনাক্ত কৰা হৈছে।
-
যুৱকজন অৰুণাচলৰ নামচাই জিলাৰ লংলেট লাওচা বুলি জানিব পৰা গৈছে।
-
বৰ্তমানেও সন্ধান নাই গোগামুখ তাজিক গাঁৱৰ গোলাপ পেগুৰ।
-
ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাইছে এছ ডি আৰ এফ বাহিনীয়ে।