তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষাৰ ফলাফল ঘোষণা...

মুঠ ৩১ গৰাকী উত্তীৰ্ণ

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষাৰ ফলাফল ঘোষণা...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম ভলীবল সন্থাৰ তত্বাৱধানত যোৱা ১৪ জুলাইত অনুষ্ঠিত হোৱা তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষাৰ ফলাফল মঙ্গলবাৰে ঘোষণা কৰা হৈছে। ধেমাজি জিলা ক্ৰীড়া সন্থাৰ ভলীবল শাখাৰ সম্পাদক গোবিন গগৈয়ে এক বিবৃতিৰ যোগে এই ফলাফল ঘোষণা কৰিছে।

Advertisment

ফলাফল সন্দৰ্ভত জাৰি কৰা বিবৃতি কৰা অনুসৰি অনুসৰি উৰ্ত্তীণ হোৱা ৰেফাৰী পৰীক্ষাৰ্থীৰ সকলৰ নামসমূহ ক্ৰমে ৰাজীৱ চেত্ৰী, ববিতা কুলি,কল্পজ্যোতি পেগু, মহেন্দ্ৰ টায়ে, ধন্য কুমাৰ দলে, পৰেশ বৰুৱা, ৰাজেশ পেগু, পূজা দেউৰী, ৰিমঝিম চাংমাই, মৃন্ময়ী দত্ত, ৰিম্পী দেৱী, মমতা কৰ্মকাৰ,পৰিণীতা মিলি, বীণা গগৈ,ৰেখা বৰুৱা পাদুন, প্ৰণৱ শইকীয়া,দীপাংকৰ বৰুৱা, মাধব গগৈ, জীতেন বৰুৱা, মনোৰঞ্জন বৰগোহাঁই, তপন সোনোৱাল, প্ৰহ্লাদ চুতীয়া, দুলু গগৈ, মীন গোহাঁই,সূৰয দুৱৰা, নাৰায়ণ সন্দিকৈ, পুলকেশ দত্ত, মনি কুমাৰ দলে, নৱজ্যোতি পেগু,ৰুমান গগৈ আৰু হীৰকজ্যোতি গগৈ।

Also Read: লামডিং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ...

ভলীবল
News Hub