/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/407ca86b-082e-47f0-a366-a6e7398aa87d/arrest.jpg)
representative photo
ডিজিটেল ডেস্কঃ গোগামুখত মাৰণাস্ত্রসহ এজনক আটক কৰিছে আৰক্ষীয়ে । ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।
আটকাধীন লোকজনৰ নাম হৈছে আমিনুল ইছলাম । অৰুণাচলৰ পৰা চিলাপথাৰলৈ আহিছিল লোকজনে । বাছৰ পৰা নামি আন এখন গাড়ীত উঠিবলৈ লোৱাৰ সময়তে আটক কৰা হৈছে আমিনুল ইছলামক ।
আটক কৰা লোকজনৰ পৰা উদ্ধাৰ এটা SBBL ৰাইফল । লখিমপুৰৰ নাওবৈচালৈ নিবলৈ লৈছিল ৰাইফলটো ।
Also Read: ১ মে’ৰ পৰা সলনি হ’ব বহুটো নিয়ম, প্ৰভাব পৰিব আপোনাৰ বাজেটত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us