ধেমাজিত আজি পুনৰ ভোটগ্ৰহণ…

ধেমাজিত আজি পুনৰ ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
মঙলবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

  • ধেমাজিত আজি পুনৰ ভোটগ্ৰহণ।
  • লখিমপুৰ লোকসভা সমষ্টিৰ ধেমাজিৰ ১৬৫নং কেন্দ্ৰত ভোটগ্ৰহণ।
  • ভোটকেন্দ্ৰটোত আছে ৮৮০ গৰাকী ভোটাৰ।
  • পুৱা ৭ বজাৰ পৰা সুকলমে আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা স্থগিত আছিল ভোটগ্ৰহণ।
  • ই ভি এম বিকলৰ বাবে স্থগিত ৰাখিছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।