/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4ec79cba-f545-47ca-bb91-ace9ed564498/ranoj.jpg)
ranoj pegu
ডিজিটেল ডেস্ক : জনজাতীয় আৰু জনগোষ্ঠীয় উপাসনাস্থলী সমূহলৈ আৰ্থিক অনুদানৰ ঘোষণা ৰাজ্য চৰকাৰৰ। ১০ লাখ টকাকৈ প্রদান কৰা হ’ব শতবৰ্ষ গৰকা উপাসনাস্থলীসমূহলৈ।
উল্লেখ্য যে তাতকৈ কম বছৰ অতিক্রম কৰা আন সকললৈ ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াব ৰাজ্যচৰকাৰে।
ধেমাজিত অসম গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে। খিলঞ্জীয়া সংস্কৃতি আৰু বিশ্বাস বিভাগৰ পৰা দিয়া হ’ব এই অনুদান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us