/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9c4096d8-1eea-4cb0-bbb9-15df82d3f913/dhemaji.jpg)
dhemaji apsc
ডিজিটেল সংবাদ, ধেমাজি : শুকুবাৰে ঘোষিত হোৱা অসম অসামৰিক সেৱাৰ (এচিএছ) পৰীক্ষাত ধেমাজিৰ ৰতনপুৰৰ অঞ্জনজ্যোতি দলেয়ে ৬০ নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছে।
নীটৰ লগতে শিলচৰৰ পৰা কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিঙত উৰ্ত্তীণ অঞ্জনে ইতিমধ্যে ইউ.পি.এচ.চিৰ মূল পৰীক্ষাত ৩ বাৰকৈ অৱৰ্তীণ হোৱা উপৰিও অসম অসামৰিক সেৱাৰ দ্বিতীয়বাৰৰ প্ৰচেষ্টাত সফল হৈছে ৷
অঞ্জনজ্যোতি পিতৃ জীৱন দলে গড়কাপ্তানি বিভাগৰ ধেমাজি সংমণ্ডলৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়ক।