অসম নিৰ্বাচন-২০১৯ ধেমাজিৰ এটা ভোটকেন্দ্ৰত পুনৰ হ’ব ভোটগ্ৰহণ ধেমাজিৰ এটা ভোটকেন্দ্ৰত পুনৰ হ’ব ভোটগ্ৰহণ asomiyapratidin 11 Apr 2019 14:05 IST Follow UsNew Updateধেমাজিৰ টাউন হাইস্কুলৰ ১৬৫নং পূব ভোটকেন্দ্ৰত অঘটন।বন্ধ কৰি দিয়া হ'ল ভোটদান প্ৰক্ৰিয়া।ই ভি এম বিসংগতিৰ বাবে ১৫৮টা ভোটদান হোৱাৰ পিছতে বন্ধ কৰি দিয়া হৈছে ভোটদান।পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচন আয়োগে দিন ঠিক কৰি পুনৰ অনুস্থিত কৰিব ভোটগ্ৰহণ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক