হাত-ভৰি বান্ধি এজনক মৰিয়াই মৰিয়াই হত্যা

হাত-ভৰি বান্ধি এজনক মৰিয়াই মৰিয়াই হত্যা

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • ঢেকিয়াজুলিৰ কেহেৰুখন্দাত নৃশংস হত্যাকাণ্ড।
  • হাত-ভৰি বান্ধি এজন লোকক মৰিয়াই মৰিয়াই হত্যা।
  • দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে ফটিক চন্দ্র কুৰ্মীক।
  • হত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
  • সোমবাৰে পোহৰলৈ আহিছে এই ঘটনা।
  • ঘটনাস্থলীত আৰক্ষীৰ তদন্ত অব্যাহত।
assam murder Assam police