বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনলৈ ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা

বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনলৈ ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা

author-image
asomiyapratidin
New Update
বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনলৈ ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা

ফাইল ফটো

  • ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা ঘোষণা।
  • বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনলৈ এই সন্মান।
  • গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে দিব এই বঁটা।
  • ২ মে'ত মুকলি সভাত প্ৰদান কৰা হ'ব বঁটা।
  • দীৰ্ঘদিন ধৰি শিল্পীজনে বহু সৃষ্টিৰে জীপাল কৰি আহিছে অসমীয়া সংগীতৰ ভঁড়াল।
  • বিশিষ্ট শিল্পীজনে এই বঁটা লাভ কৰাৰ পিছতে আনন্দ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।