ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰি প্ৰাণ গ'ল ধনজিৎ ইংতিৰ...

ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰি প্ৰাণ গ'ল ধনজিৎ ইংতিৰ...

Published on
  • উত্তৰ গুৱাহাটী ফেৰীঘাটত অঘটন।

  • ব্রহ্মপুত্রত সলিল সমাধি ধনজিৎ ইংতি নামৰ লোকজন।

  • ধনজিৎ ইংতি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰী।

  • ফেৰীৰ পৰা ব্রহ্মপুত্রত পৰিছিল ধনজিৎ ইংতি।

  • উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত এই ঘটনা।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in