ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা...

ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা।টাটা মেজিক আৰু ৱাগানাৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

  • ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • টাটা মেজিক আৰু ৱাগানাৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।

  • সংঘৰ্ষত গুৰুতৰভাৱে আহত দুয়োখনৰ বাহনৰ ১২গৰাকীকৈ যাত্রী।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক ভৰ্তি কৰে চিকিৎসালয়ত।

  • মেজিকখনৰ চালকে সুৰাপান কৰাৰ গুৰুতৰ অভিযোগ যাত্রীসকলৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

road accident