New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a0e51880-c463-4ee2-959d-08865d678f04/111.jpg)
শিৱসাগৰৰ বকতাত নিশা ভয়ংকৰ অগ্নিকাণ্ড
বকতাৰ চানবছা অঞ্চলত দপদপকৈ জ্বলি উঠে এটা বাসগৃহ
জিতেন কৰ্মকাৰ নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণ ভস্মীভূত
পত্নী আৰু দুই সন্তান শুই থাকোতেই জ্বলি উঠে বাসগৃহটো
দৈৱক্রমে ৰক্ষা পৰে পৰিয়ালটো
বিদ্যুৎ বিজুতিৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us