/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/01c629f3-0b6b-4d30-aa77-d3b8576cfa6e/111.jpg)
-
মুকালমুৱাৰ ছৈয়দ আলী চৰত নিশা বিধ্বংসী অগ্নিকাণ্ড
-
জুইত জাহ গ’ল তিনিখনকৈ ব্যৱসায়িক প্রতিষ্ঠান
-
ৰমজান হবিবৰ নামৰ লোকজনৰ বাসগৃহও ভস্মীভূত
-
ৰবিবৰীয়া বজাৰত সংঘটিত এই ঘটনা
-
বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্রপাত
-
পিছত স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন অগ্নিনিৰ্বাপক বাহিনীৰ
-
অগ্নিকাণ্ডৰ ফলত ৬ লক্ষাধিক টকাৰ ক্ষতিসাধন