New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
যোগীঘোপাত বিধ্বংসী অগ্নিকাণ্ড
চলন্তাপাৰা দৈনিক বজাৰত সংঘটিত এই ঘটনা
সাতখনকৈ ব্যৱসায়িক প্রতিষ্ঠান জ্বলি ভস্মীভূত
কুৰমান আলী নামৰ এজনৰ হোটেলৰ পৰা জুইৰ সূত্রপাত
কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ
পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us