তেজপুৰৰ মিছন চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড

তেজপুৰৰ মিছন চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড
  • যোৰহাটৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত এইবেলি তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড

  • তেজপুৰৰ মিছন চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড

  • জুইত সম্পূৰ্ণৰূপে ভস্মীভূত ৯খনকৈ ব্যৱসায়িক প্রতিষ্ঠান

  • অগ্নিকাণ্ডত ৫০ লক্ষাধিক টকাৰ সামগ্রীৰ ক্ষতিসাধন

  • বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্রপাতৰ সন্দেহ

  • পৰিকল্পিত দূৰত্বৰ মূৰে মূৰে ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ গঢ় নিদিয়াৰ বাবেই ৰাজ্যত শেহতীয়াকৈ পৰিলক্ষিত হৈছে অগ্নিকাণ্ডৰ ভয়াৱহ ৰূপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in