New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/mangaldoi.jpg)
- মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত অব্যাহত ভোটগ্ৰহণ।
- ৫ বজাৰলৈকে আটাইকেইটা সমষ্টিৰ ভোটদানৰ হাৰ এনেধৰণৰ-
- কলাইগাঁও বিধানসভা সমষ্টিত মুঠ ভোটদান ৭৯.০৭ শতাংশ।
- মঙ্গলদৈ বিধানসভা সমষ্টিত ৭৫.০৬ শতাংশ ভোটদান সম্পন্ন।
- ছিপাঋাৰ বিধানসভা সমষ্টিত মুঠ ভোটদান ৮১.০৩ শতাংশ।
- দলগাঁও বিধানসভা সমষ্টিত মুঠ ভোটদান ৮৪.০৭ শতাংশ।
- মাজবাট বিধানসভা সমষ্টিত মুঠ ভোটদান ৭৩ শতাংশ।
- ওদালগুৰি বিধানসভা সমষ্টিত মুঠ ভোটদান ৭৪ শতাংশ।
- পানেৰি বিধানসভা সমষ্টিত মুঠ ভোটদান ৭৫ শতাংশ।
- কমলপুৰ বিধানসভা সমষ্টিত মুঠ ভোটদান ৭১.৩৪ শতাংশ।
- ৰঙিয়া বিধানসভা সমষ্টিত মুঠ ভোটদান৬৯.৫৫ শতাংশ।
- নলবাৰী বিধানসভা সমষ্টিত মুঠ ভোটদান ৭৫ শতাংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us