দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

দেৰগাঁৱৰ শান্তিপুৰত পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

দেৰগাঁৱৰ শান্তিপুৰত পথ দুৰ্ঘটনা।

চাৰিচকীয়া বাহনৰ খুন্দাত নিহত এজন।

নিহত বিপ্লৱ জ্যোতি বৰা নামৰ এজন যুৱক।

বিপ্লৱজ্যোতি বৰা সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন কৰ্মী আছিল।

গোলাঘাট শ্রীমন্ত শংকৰদেৱ সংঘৰ সম্পাদকো আছিল বিপ্লৱজ্যোতি বৰা।

assam road accident dead