/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/26a0a94f-5c7f-4c37-8bf9-31a3ed8c2727/ddff.jpg)
-
দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ বিয়োগ।
-
শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে বৰদলৈয়ে।
-
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল সাংবাদিকগৰাকীয়ে।
-
দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বৰদলৈয়ে।
-
দেৰগাঁৱৰ পৰা কেইবাখনো বাতৰি কাকতৰ কামতো জড়িত আছিল তেওঁ।
Also Read: "আহা সখী আহা বাই, বৃন্দাবনে যাওঁ" ৰাস উৎসৱক লৈ উখল মাখল নগাঁৱৰ পশ্চিমাঞ্চল