New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0f9c856c-5042-4b25-a75a-f4f5521efae5/111.jpg)
মহানগৰীত পুনৰ সংঘটিত আত্মহত্যাৰ ঘটনা ।
হস্ত-তাঁত বস্ত্ৰ শিল্পৰ উপ-সঞ্চালক বিপুল কলিতাৰ আত্মহত্যা ।
মহানগৰীৰ ঘোৰামাৰাত অন্তিম পন্থা হাতত লয় উপ-সঞ্চালক গৰাকীয়ে ।
মৃত্যুৰ পূৰ্বে লিখি থৈ গৈছিল ছুইচাইড নোট ।
ছুইচাইড নোটত উল্লেখ কৰি গৈছে দুগৰাকী ব্যক্তিৰ নাম ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us