New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
- এটা ফেচবুক পোষ্টক লৈ ডিমৌত চাঞ্চল্য।
- কল্যাণ গগৈ আৰু তেওঁ পত্নী আৰু ছাৰি বছৰীয়া কন্যাৰ ডিমৌ নদীত জাঁপ।
- স্কুটি সহ তিনিও জাঁপ দিয়ে নদীত।
- নদীৰ পাৰত উদ্ধাৰ কল্যাণ গগৈৰ ম'বাইল ফোন।
- ধেমেচী আখৈফুটীয়াত এই ঘটনা।
- কল্যাণ গগৈৰ ঘৰ নিতাইপুখুৰীত।
- বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।