ডিমৌৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ, এই পৰ্যন্ত হোৱা নাই চিনাক্ত...

নাহৰণিত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
road accident
road accidentroad accident
  • ডিমৌৰ নাহৰণিত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বাহনৰ খুন্দাত নিহত এজন।

  • অচিনাক্ত বাহনৰ খুন্দাত ছিন্ন-ভিন্ন লোকজনৰ শৰীৰ।

  • এই পৰ্যন্ত মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in