New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
ডিমৌৰ নাহৰণিত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
বাহনৰ খুন্দাত নিহত এজন।
-
অচিনাক্ত বাহনৰ খুন্দাত ছিন্ন-ভিন্ন লোকজনৰ শৰীৰ।
-
এই পৰ্যন্ত মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।