/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/26006b0c-d39e-4a0b-9535-0c0aa6cd0aa0/ap_for_web_copy.jpg)
এনকাউণ্টাৰ
-
ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।
-
এইবাৰ ডিমৌত আৰক্ষীয়ে গুলীচালনাৰে আহত কৰে এজন লোকক।
-
আলফাৰ লিংকমেনলৈ লক্ষ্য কৰি এই গুলী আৰক্ষীৰ।
-
আৰক্ষীৰ গুলীত আহত আলফাৰ লিংকমেন জন।
-
লিংকমেন জনৰ নাম ৰাজু আহমেদ বুলি জানিব পৰা গৈছে।
-
আহত ৰাজু আহমেদক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।
Also Read: বিশ্বকাপ ২০২৩ঃ কেতিয়া ক্ৰিকেট অনুৰাগীয়ে লাভ কৰিব টিকট, সৱিশেষ জানক...