দিল্লীৰ বিধানসভা চৌহদত আপ বনাম বিজেপি : ওৰে নিশা প্ৰতিবাদ…

দিল্লীৰ বিধানসভা চৌহদত আপ বনাম বিজেপি : ওৰে নিশা প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
দিল্লীৰ বিধানসভা চৌহদত আপ বনাম বিজেপি : ওৰে নিশা প্ৰতিবাদ…

ডিজিটেল জেস্ক : সমগ্ৰ নিশা প্ৰতিবাস্থলীত পৰিণত হ'ল দিল্লীৰ বিধানসভা চৌহদ। বিজেপিৰ বিদ্ধে আম আদমী পাৰ্টিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ। আনহাতে আপৰ বিৰুদ্ধে বিজেপিৰ নেতা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। ওৰে নিশা প্ৰতিবাদ সাব্যস্ত দুয়োটা দলৰ।

Advertisment

দুৰ্নীতিৰ বিৰুদ্ধে ওৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটি ৰাজনৈতিক দলে। আম আদমী পাৰ্টিৰ নেতা-কৰ্মীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণাত বহে। আনহাতে বিজেপি বিধায়কসকলে বিধানসভা চৌহদৰ ভিতৰত শ্বহীদ-ই-আজম ভগত সিং, ৰাজ গুৰু আৰু সুখদেৱৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণাত বহে।

protest delhi bjp aap assembly