New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/protest.png)
- নতুন দিল্লীৰ যন্তৰ-মন্তৰত সদৌ অসম আদিবাসী ছাত্ৰ সংস্থাৰ প্ৰতিবাদ।
- জনজাতি কৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।
- জনজাতি কৰণৰ নামত বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিছে।
- তেওঁলোকে হুংকাৰ প্ৰদান কৰি কয় যে জনজাতি কৰণ নকৰিলে আগন্তুক দিনত আৰু অধিক তীব্ৰ হ'ব প্ৰতিবাদ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us