New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/deerr.png)
- ওদালগুৰিত হৰিণাৰ পোৱালী উদ্ধাৰ।
 - দেওবাৰে দিনৰ প্ৰায় তিনি বজাত উদ্ধাৰ হয় হৰিণাটো।
 - কেইবাদিনো ধৰি অঞ্চলটোত বিচৰণ কৰি আছিল হৰিণাৰ পোৱালীটো।
 - পুৰণি গৰৈবাৰীৰ ধৰিত্ৰী বায়নৰ বাসগৃহত সোমায় পোৱালীটো।
 - স্থানীয় লোকৰ সহায়ত উদ্ধাৰ কৰা হয় হৰিণাটো।
 - পোৱালীটোৰ শৰীৰৰ কেইৱাটাও স্থানত আঘাটৰ চিন স্পষ্ট।
 - স্থানীয় লোকৰ তৎপৰতাত বন বিভাগক গটাই দিয়া হয়।
 - নোনাই বনাঞ্চলত এৰি দিয়া হ'ব পোৱালিটো।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us