/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bb225d09-5dad-4540-8a77-7ea8cf73087a/de.jpg)
-
চানমাৰি থানাত উপস্থিত দ্বীবন ডেকা।
-
ইন্দ্রাণী কাণ্ডৰ অন্যতম অভিযুক্ত দ্বীবন ডেকা।
-
কিছুদিন ধৰি আত্মগোপন কৰি আছিল দ্বীবন ডেকাই।
-
ভাইৰেল হৈছিল ইন্দ্রাণী-দ্বীবন ডেকাৰ টেলিফোনিক বাৰ্তালাপ।
-
ইন্দ্রাণী তহবিলদাৰৰ ফটো ভাইৰেল কৰিছিল ডেকাই।
-
ইন্দ্রাণী-ৰিয়াৰ ফোন কলো ভাইৰেল কৰিছিল ডেকাই।
-
SI কেলেংকাৰীতো জড়িত আছিল দ্বীবন ডেকা।