/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-24/9psc8e5f/dhing incident web.jpg)
ধিঙৰ কিশোৰী নিৰ্যাতন কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু।
ধিং কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু।
পুখুৰীত জপিয়াই মৃত্যু হৈছে তফজ্জুলৰ।
আৰক্ষীৰ জিম্মাৰ পৰা পলাব লওঁতেই মৃত্যু হয় ধৃত তফজ্জুলৰ।
ইতিমধ্যে ধৃত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
নিশা ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিবলৈ নি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা।
তদন্তৰ বাবে বৰভেটিলৈ নিছিল তফজ্জুলক।