মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ ব্ৰহ্মপুত্ৰত পেলাবলৈ ট্ৰাংকত ভৰাই অনা মৃতদেহ উদ্ধাৰ, আটক এজনক…

মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ ব্ৰহ্মপুত্ৰত পেলাবলৈ ট্ৰাংকত ভৰাই অনা মৃতদেহ উদ্ধাৰ, আটক এজনক। সান্ধ্য আইনৰ মাজতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে মহানগৰীত

author-image
asomiyapratidin
New Update
কোভিডত আক্ৰান্ত হৈ অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু…

  • মহানগৰীত সংঘটিত চাঞ্চল্যকৰ ঘটনা।
  • নতুন শৰাইঘাট দলঙত উদ্ধাৰ মৃতদেহ।
  • ট্ৰাংকত অনা হৈছিল এই মৃতদেহটো।
  • এখন চাৰিচকীয়া বাহনত অনা হৈছিল এই মৃতদেহটো।
  • দলঙৰ পৰা নদীত পেলাই দিবলৈ লোৱা সময়তে উপস্থিত হয় আৰক্ষী।
Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ কাকডোঙাত ১৯জন আৰু ধেমাজিত ১২৯ জনৰ কোৰোনাত আক্ৰান্ত…

  • ইতিমধ্যে আটক কৰা হৈছে এজন যুৱকক।
  • আটক কৰা যুৱকজনৰ সৈতে অহা আন লোক কেইজনৰ পলায়ন।
  • এএছ০১ ডিএক্স ৫৮২২ নম্বৰৰ এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে।
  • পাণ্ডুৰ পৰা মৃতদেহটো অনা বুলি জানিব পৰা গৈছে।
  • কিন্তু মৃতদেটো কাৰ সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
  • আটক কৰা যুৱকজনে আৰক্ষীক জনোৱা মতে, টকাৰ বিনিময়ত মৃতদেহটো পেলাবলৈ আহিছিল যুৱকজন।