পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ...

মৃতদেহটো পানীত ওপঙি থকা অৱস্থাত প্রত্যক্ষ স্থানীয় ৰাইজৰ।
পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ...
  • নাজিৰাৰ চন্তকত অঘটন।

  • চাহ বাগিচাৰ পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ।

  • মৃতদেহটো পানীত ওপঙি থকা অৱস্থাত প্রত্যক্ষ স্থানীয় ৰাইজৰ।

  • মৃতদেহৰ সমীপতে কেইবাখনো ৫০০ টকীয়া নোট প্রত্যক্ষ।

  • বৰ্তমানলৈ জানিব পৰা নাই মৃত মহিলাগৰাকীৰ পৰিচয়।

  • ঘটনাস্থলীত উপস্থিত বিহুবৰ আৰক্ষী।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in