New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1f585c5b-6283-45a2-9a4d-67ac4717b77d/download.jpg)
নাজিৰাৰ চন্তকত অঘটন।
চাহ বাগিচাৰ পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ।
মৃতদেহটো পানীত ওপঙি থকা অৱস্থাত প্রত্যক্ষ স্থানীয় ৰাইজৰ।
মৃতদেহৰ সমীপতে কেইবাখনো ৫০০ টকীয়া নোট প্রত্যক্ষ।
বৰ্তমানলৈ জানিব পৰা নাই মৃত মহিলাগৰাকীৰ পৰিচয়।
ঘটনাস্থলীত উপস্থিত বিহুবৰ আৰক্ষী।