অসম মুখ্য-পৃষ্ঠা ৰাজপথত উদ্ধাৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ… ৰাজপথত উদ্ধাৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ… asomiyapratidin 05 May 2022 10:25 IST Follow UsNew Updateগোৱালপাৰাৰ ধুপধৰাৰ ৰাজপথত মৃতদেহ উদ্ধাৰ।১৭নং ৰাষ্ট্রীয় ঘাইপথত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ।ঘটনাক কেন্দ্র কৰি ধূপধৰাত চাঞ্চল্যৰ সৃষ্টি।নিশা বাহনৰ খুন্দাত যুৱকজনৰ মৃত্যুৰ সন্দেহ স্থানীয় ৰাইজৰ।বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় মৃতদেহটো। goalpara dead body assamআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক