New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/309bd0f2-629a-42f2-ba7b-dc5072c0e97a/download.jpg)
-
ছিপাঝাৰৰ ৮ নং ৱাৰ্ডত এটা মৃতদেহ উদ্ধাৰ।
-
সোমবাৰে উদ্ধাৰ হয় মৃতদেহটো।
-
ৰাষ্ট্রীয় ঘাইপথৰ পৰা ১০০ মিটাৰ নিলগত উদ্ধাৰ মৃতদেহটো।
-
পুখুৰীত পেলাই থোৱা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো।
-
অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্য।