ছিপাঝাৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ছিপাঝাৰৰ ৮ নং ৱাৰ্ডত এটা মৃতদেহ উদ্ধাৰ।
ছিপাঝাৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ
  • ছিপাঝাৰৰ ৮ নং ৱাৰ্ডত এটা মৃতদেহ উদ্ধাৰ।

  • সোমবাৰে উদ্ধাৰ হয় মৃতদেহটো।

  • ৰাষ্ট্রীয় ঘাইপথৰ পৰা ১০০ মিটাৰ নিলগত উদ্ধাৰ মৃতদেহটো।

  • পুখুৰীত পেলাই থোৱা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো।

  • অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্য।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in