New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2f1e6f40-9494-4004-a131-5c9197cbbd1d/aimu.jpg)
মঙলবাৰে ৰাণীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এটা মৃতদেহ।
মা হাৰ্ডৱেৰ নামৰ এখন বিপণীৰ ভিতৰত উদ্ধাৰ মৃতদেহটো।
মৃতদেহটো কৃষ্ণ চেত্রী নামৰ এজন যুৱকৰ।
৩ দিন পূৰ্বে বিপণীখনলৈ কাম কৰিবলৈ আহিছিল যুৱকজন।
যুৱকজনৰ মৃত্যুৰ কাৰণ জনা হোৱা নাই।
ঘটনাস্থলীত উপস্থিত ৰাণী আৰক্ষী।