New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- দৰঙৰ পাটিদৰঙত যুৱকৰ মৃতদেহ উদ্ধাৰ।
 - পৰিত্যক্ত পুখুৰীত উদ্ধাৰ হিৰণ্য ডেকা নামৰ যুৱকজনৰ মৃতদেহ।
 - ১১ মে'ৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল যুৱকজন।
 - পৰিয়ালৰ লোকে নিৰুদ্দেশ সম্পৰ্কত আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ।
 - সমগ্র ঘটনাটো হত্যা নে আত্মহত্যা জানিব পৰা হোৱা নাই।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us