/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
-
মালিগাঁৱৰ পাণ্ডুকেবিনট মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
-
অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ।
-
শুকুৰবাৰে উদ্ধাৰ হয় মৃতদেহটো।
-
জ্বলি থকা অৱস্থাত স্থানীয় লোকে প্রত্যক্ষ কৰে মৃতদেহটো।
-
ঘটনাস্থলীত উপস্থিত আৰক্ষী বাহিনীৰ লোক।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।