চিপ লোৱা অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

জুৰীয়াৰ কদমণি গাঁৱত চাঞ্চল্যকৰ ঘটনা। সোমবাৰে নিজ গৃহৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কিশোৰীৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল ডেস্কঃ জুৰীয়াৰ কদমণি গাঁৱত চাঞ্চল্যকৰ ঘটনা। সোমবাৰে নিজ গৃহৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কিশোৰীৰ মৃতদেহ।

Advertisment

মৃতদেহটো আব্দুল মান্নানৰ কন্যাৰ বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰলোকে। ঘৰত কোনো নথকাৰ সুযোগত কোনে লোকে হত্যা কৰি ওলোমাই থৈ যোৱাৰ অভিযোগ।

ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ। ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Also Read: মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত, জামিন লাভ লাচিত গগৈৰ

Assam police