New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/11b24931-c7fb-4117-bf01-e9b1a1d38e5d/111.jpg)
কাছাৰৰ ধলাইৰ জাৰুলতলা ফৰেষ্ট ভিলেজত চাঞ্চল্য
এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
শুকুৰবাৰৰ পৰা নিখোজ হৈ আছিল শিল্পী দাস নামৰ বোৱাৰীগৰাকী
ঘৰৰ নিলগৰ এটা পুখুৰীৰ পৰা উদ্ধাক শিল্পী দাসৰ মৃতদেহ
স্বামী নিৰঞ্জন দাসে ধলাই আৰক্ষী চকীত দিছিল নিখোজ হোৱাৰ এজাহাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us