বিশ্বনাথত অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধাৰ

বিশ্বনাথত অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধাৰ
  • বিশ্বনাথত ৰহস্যজনকভাৱে মৃত্যু হয় এগৰাকী বৃদ্ধাৰ ।

  • শোৱাপাটীতে অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধাগৰাকীৰ ।

  • বিশ্বনাথৰ শান্তিপুৰত সংঘটিত হৈছে এই ৰহস্যজনক ঘটনা ।

  • মৃত বৃদ্ধাগৰাকীৰ নাম লক্ষ্মীমণি দেৱী ।

  • ঘৰত কোনো নথকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰে।

  • সংঘটিত ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ স্থানীয় আৰক্ষীৰ ।

বিশ্বনাথত অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধাৰ
১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয়ঃ আজি JEE MAINSৰ ফলাফল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in